Spread the love

অসম আৰক্ষীৰ ২৮,৮১৩গৰাকী কনিষ্টবলক পদোন্নতি। একেদিনাই লেঞ্চনায়ক পদলৈ পদোন্নতি। ইয়াৰে ২১,২৭৫গৰাকী সশস্ত্র শাখাৰ আন ৭,৫৩৮ গৰাকী নিৰস্ত্র শাখাৰ। সামাজিক মাধ্যমত পোষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।