সপ্তাহজোৰা কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰীৰ জন্মদিন উদযাপন

Spread the love

সপ্তাহজোৰা কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰীৰ জন্মদিন উদযাপন

১৭ ছেপ্টেম্বৰঃ স্বেচ্ছামূলক ৰক্তদান শিবিৰ
১৮ ছেপ্টেম্বৰঃ সমষ্টিভিত্তিক শিশুৰ স্বাস্থ্য শিবিৰ
১৯ ছেপ্টেম্বৰঃ ২০,০০০ খন শিক্ষানুষ্ঠান, অন্যান্য অনুষ্ঠান-প্রতিষ্ঠানত ৩০ লক্ষাধিক গছপুলি ৰোপণ
২১ ছেপ্টেম্বৰঃ ‘যুৱ লেখক সন্মান’ৰূপে ২৫,০০০ টকাৰ আর্থিক সাহায্য
২২ ছেপ্টেম্বৰঃ যক্ষ্মা ৰোগীৰ বাবে ‘নি-ক্ষয়’ মিত্র সাহায্য
২৩ ছেপ্টেম্বৰঃ ধৰ্মীয় অনুষ্ঠানলৈ ভূমি পট্টা প্রদান
২৫ ছেপ্টেম্বৰঃ ৩৮ লাখ পৰিয়ালক সামৰি অৰুণোদয় ৩.০ শুভাৰম্ভণি

Leave a Reply

Your email address will not be published. Required fields are marked *