Spread the love

সপ্তাহজোৰা কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰীৰ জন্মদিন উদযাপন

১৭ ছেপ্টেম্বৰঃ স্বেচ্ছামূলক ৰক্তদান শিবিৰ
১৮ ছেপ্টেম্বৰঃ সমষ্টিভিত্তিক শিশুৰ স্বাস্থ্য শিবিৰ
১৯ ছেপ্টেম্বৰঃ ২০,০০০ খন শিক্ষানুষ্ঠান, অন্যান্য অনুষ্ঠান-প্রতিষ্ঠানত ৩০ লক্ষাধিক গছপুলি ৰোপণ
২১ ছেপ্টেম্বৰঃ ‘যুৱ লেখক সন্মান’ৰূপে ২৫,০০০ টকাৰ আর্থিক সাহায্য
২২ ছেপ্টেম্বৰঃ যক্ষ্মা ৰোগীৰ বাবে ‘নি-ক্ষয়’ মিত্র সাহায্য
২৩ ছেপ্টেম্বৰঃ ধৰ্মীয় অনুষ্ঠানলৈ ভূমি পট্টা প্রদান
২৫ ছেপ্টেম্বৰঃ ৩৮ লাখ পৰিয়ালক সামৰি অৰুণোদয় ৩.০ শুভাৰম্ভণি