বইটামাৰীঃ বঙাইগাঁও জিলাৰ বইটামাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত তালগুৰিত টুনীয়া নৈৰ ব্যাপক খহনীয়াই তীব্ৰ ভাবুকি আনিছে স্থানীয় ৰাজহুৱা শ্মশানৰ লগতে এটি গুৰুত্বপূৰ্ণ পথলৈ। বছৰ বছৰ ধৰি খহনীয়াৰ কৱলত থকা অঞ্চলটোত খহনীয়া…
ক্ৰীড়াবিদগৰাকীক অভিনন্দন জ্ঞাপন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰনিউজ ডেস্কঃ অসম কন্যা ৰ’দালি বৰুৱাই ভিয়েটনামত অনুষ্ঠিত ‘এছিয়ান টাইকোৱানডো চেম্পিয়নশ্বিপ-২০২৪’ত ব্ৰঞ্জৰ পদক জিনি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে। অসম তনয়া ৰ’দালি বৰুৱাক এই…
যোৰহাটঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ শস্য বিজ্ঞান বিভাগৰ দ্বাৰা আয়োজিত ‘কৃষকৰ বাবে প্ৰাকৃতিক কৃষি’ শীর্ষক তিনিদিনীয়া ৰাজ্যিক পৰ্যায়ৰ কৃষক প্রশিক্ষণৰ আজি সামৰণি পৰে। বিশ্ববিদ্যালয়ৰ কৃষক প্রশিক্ষণ আৰু পৰামৰ্শ কেন্দ্ৰত আয়োজিত সামৰণি…
পৰম্পৰাগত আৰু আধুনিক কৃষি শিক্ষাৰ সামঞ্জস্যৰে দেশৰ কৃষিক্ষেত্ৰক আগবঢ়াই নিব লাগিবঃ ড০ হিমাংশু পাঠক যোৰহাট, ১ এপ্ৰিলঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৪ সংখ্যক সমাৱৰ্তন আৰু ৫৬ সংখ্যক প্রতিষ্ঠা দিৱস আজি কেন্দ্ৰীয়ভাৱে…
নিউজ ডেস্কঃ মহাশিৱৰাত্ৰিৰ ব্ৰত অতি ফলপ্ৰসূ বুলি বিশ্বাস কৰা হয়। এই দিনটোত ভগৱান শিৱৰ লগতে মা পাৰ্বতীক পূজা কৰা হয়। এই দিনটোত যিসকলে ব্ৰত পালন কৰে তেওঁলোকৰ ঘৰত কেতিয়াও ধনৰ…
নিউজ ডেস্কঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৩ সংখ্যক সমাৱৰ্তনখন শনিবাৰে যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ মূল চৌহদত অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত সমাৱৰ্তনত বিশ্ববিদ্যালয়ৰ আচাৰ্য ৰাজ্যপাল গুলাব চান্দ…
🔹দ্বিতীয় দিনা পুতলাৰে ‘ৰাৱন বধ’ প্ৰদৰ্শননিউজ ডেস্কঃ সুৰজিৎ একাডেমীৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ সহযোগত গুৱাহাটীৰ পাণ্ডুৰ টেম্পল ঘাটত অৱস্থিত ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা…
যোৰহাটঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৩ সংখ্যক সমাৱৰ্তনখন ১৭ ফেব্ৰুৱাৰীত যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ মূল চৌহদত অনুষ্ঠিত হ’ব। বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত পৌৰোহিত্য কৰিব বিশ্ববিদ্যালয়ৰ…
অসম ফুটবল সন্থাৰ উদ্যোগত ৮ ডিচেম্বৰ, সোমবাৰৰ পৰা চিৰাঙৰ বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আৰম্ভ হৈছে অসম ৰাজ্যিক মহিলা ফুটবল লীগ । এয়া হ’ল ৰাজ্যিক মহিলা ফুটবল লীগৰ প্ৰথম সংস্কৰণ…